এই এপৰ বিষয়ে আপোনাৰ বন্ধুবৰ্গক জনাওক:
আমাৰ সহযোগী:
লেখা কেনেকৈ শুধৰাব
হেডছাৰ এপ ব্যৱহাৰৰ প্ৰণালী
নিৰ্ধাৰিত বাকচত আপোনাৰ লেখা পেষ্ট কৰিব বা লিখিব। তাৰ পাছত তাৰ তলতে থকা ‘শুধৰাওক’ বুটামত ক্লিক কৰিলে, শুধৰণি কৰা লেখা তলৰ আন এটা বাকচত দেখা পাব। তাৰ পৰা লেখা কপি কৰি ল’ব পাৰিব।
লেখা পেষ্ট কৰক
নিৰ্ধাৰিত বাকচত আপোনাৰ লেখা পেষ্ট কৰক।
‘শুধৰাওক’ বুটাম
‘শুধৰাওক’ বুটামত ক্লিক কৰক।
শুধৰণি কৰা লেখা
শুধৰণি কৰা লেখা ওলাব।
কপি কৰক
শুধৰণি কৰা লেখা কপি কৰক।